Majuli by election : মাজুলীৰ আকাশত উৰিছে গেৰুৱা দলৰ পতাকা

By

Published : Mar 10, 2022, 2:31 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী এজেপিৰ চিত্তৰঞ্জন বসুমতাৰীক পৰাস্ত কৰি বিজয়ৰ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী ভূৱন গামে (Bhuban Gam wins majuli by election)৷ ইতিমধ্যে মাজুলীত বিজেপি সমৰ্থকৰ মাজত দেখা গৈছে বিজয়ৰ উলাহ ৷ প্ৰায় চৈধ্যটা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপি প্ৰাৰ্থী ভূৱন গামে 66,094 টা ভোট লাভ কৰাৰ বিপৰীতে এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰে 24,564 টা ভোট ৷ বাওঁপন্থী দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙে লাভ কৰিছে 2,243 টা ভোট ৷ সমষ্টিটোৰ ন’টা ভোটৰ সংখ্যা 1,609 টা ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.