চেন্নাইত অবৈধ প্ৰেমৰ পৰিণতিত ডিঙি ৰেপি হত্যা এজনক

By

Published : Dec 18, 2020, 3:11 PM IST

thumbnail

চেন্নাইত অবৈধ সম্পৰ্কৰ পৰিণতিত ডিঙি ৰেপি হত্যা এজনক ৷ মৃত সন্তোষ কুমাৰৰ ইলাবৰষণ নামৰ এজন লোকৰ পত্নীৰ সৈতে আছিল অবৈধ সম্পৰ্ক ৷ এই সম্পৰ্কৰ পৰিণতিতেই সন্তোষক ডিঙি ৰেপি হত্যা কৰে ইলাবৰষণ আৰু তেখেতৰ দুই সহযোগীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে ইলাবৰষণ আৰু অৰুণ নামৰ এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে ৷ সন্তোষ কুমৰাত ততাতৈয়াকৈ ৰাজীৱ গান্ধী চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.