বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

By

Published : Mar 13, 2022, 8:08 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail

১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা বাক্সা জিলাৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ে ইতিমধ্যে ৫২ টা বৰ্ষ অতিক্ৰম কৰিলে ৷ সেয়ে মহাবিদ্যালয়খনৰ লগত জড়িত সোণালী অতিতৰ মধুৰ স্মৃতি ৰোমন্থন কৰাৰ পোষকতাৰে বৰমা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী(Alumni of Barma College) সন্মিলনী সমিটি আৰু বৰমা মহাবিদ্যালয় পৰিয়ালবৰ্গই দেওবাৰে দিনৰ ১১ বজাত বৰমা মহাবিদ্যালয় প্ৰাঙ্গণত বিভিন্ন কাৰ্য্যসূচীৰে এখনি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ আয়োজন কৰা হয়( Alumni ceremony held at Barma College) ৷ উক্ত প্ৰাক্তন ছাত্ৰছাত্ৰী সমাৰোহত উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ফণিধৰ তালুকদাৰ, সুনিল চৌধুৰী, চন্দ্ৰমল্লিকা দেবী, মৃদুল বসুমতাৰীৰ লগতে বহু ছাত্ৰ-ছাত্ৰী ৷

Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.