গৰুখুটিৰ উচ্ছেদিত লোকক ভূমি দি সংস্থাপন কৰাক লৈ ক্ষোভিত হৈছে আছু

By

Published : Feb 19, 2022, 2:15 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰ, গৰুখুটি অঞ্চলত চৰকাৰী ভূমিৰ পৰা উচ্চেদিত লোক সকলক (evicted people of Garukhuti) অসম চৰকাৰে দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত শ্যামপুৰত এবিঘাকৈ ভূমি আবন্টত দি সংস্থাপিত কৰাৰ ( (allocation of land for evicted people of Garukhuti ) বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্র সন্থা । চৰকাৰী ভূমিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ বিৰুদ্ধে দিৰ্ঘদিনীয়া দাবী জনাই আহিছিল ছাত্ৰ সন্থাই  । বিশেষকৈ দৰং জিলাৰ গৰুখুটি , ধলপুৰ অঞ্চলৰ ৭৭৪২০ বিঘা ভুমিত অবৈধ বেদখলকাৰী সকৰক উচ্ছেদ কৰাটো আদৰি লোৱাৰ পিছত এতিয়া সেই সকল লোকক এবিঘাকৈ ভূমি আবন্টত দিয়াত এই কাৰ্যৰ তীব্ৰ বিৰোধ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.