বোকাময় পথত বাগৰি বাগৰি প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱকে

By

Published : Sep 9, 2022, 8:44 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

পথৰ অৱস্থা অতিকে শোচনীয় ৷ এজাক বৰষুণ দিলেই যাতায়তৰ অনুপযোগী হৈ পৰে পথটো ৷ বছৰ বছৰ ধৰি অতি যন্ত্ৰণাৰ মাজেৰে পথটোৰে যাতায়ত কৰিবলগীয়া হৈছে গাঁওবাসীয়ে (Poor road condition in Andhra Pradesh)৷ স্থানীয় জনপ্ৰতিধিয়ে গুৰুত্ব দিয়া নাই বিষয়টো ৷ সেয়েহে পথটো মেৰামতিৰ দাবীৰে গাঁওখনৰ এজন যুৱকে প্ৰতিবাদ সাব্যস্ত কৰিলে অভিনৱভাৱে ৷ বোকাময় পথটোত বাগৰি বাগৰি প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱকজনে (Man protested by rolling over road) ৷ দৃশ্যটো দেখা গ’ল অন্ধ্ৰপ্ৰদেশত ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.