Murder in Nagaon: অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা কৰিলে মহিলাক

By

Published : Sep 25, 2022, 9:43 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড (brutal murder in Nagaon)। ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা ব্যৱসায়ীৰ পত্নীক । হিন্দু মিলন মন্দিৰৰ সমীপত সংঘটিত হয় এই হত্যাকাণ্ড (Murder in Nagaon)। নিহত মহিলাগৰাকীৰ নাম ৰূমী দত্ত(৩৫) ৷ ব্যৱসায়ী ৰাজদ্বীপ দত্তৰ পত্নী ৰূমী দত্ত । ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী । উল্লেখ্য যে, কিছুদিন পূৰ্বে নগাঁও চহৰত এনেদৰে আন এগৰাকী মহিলাক হত্যা কৰা হৈছিল (Woman murder in Nagaon)৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.