TMC protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোজাইত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Oct 28, 2022, 6:15 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

আকাশলংঘী মূল্যবৃদ্ধি আৰু অত্যাধিক পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (TMC protest in Assam)। বাকী জিলাসমূহৰ দৰে হোজাই জিলাতো শুকুৰবাৰে দলটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (TMC protest against price hike in Hojai) । দলটোৱে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি, পৌৰকৰ ৰোধ কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ ইফালে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে TMCৰ হোজাই জিলা সমিতিৰ নেতা-কৰ্মীসকলে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.