Road Accident at Bogeebil : বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

By

Published : Oct 25, 2022, 12:07 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

মঙলবাৰে পুৱা বগীবিল দলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Bogeebil bridge ) সংঘটিত হয় । দুখন বাহনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । ফলত দুয়োখন বাহন দলঙৰ ওপৰতে বাগৰি পৰে । ইয়াৰে এখন বাহনে আন দুখন বাইককো মহতিয়াই নিয়ে । ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোকৰ( Dead in road accident at Bogeebil ) । বাতৰি যুগুতোৱা সময়লৈকে মৃত লোকজনৰ পৰিচয় লাভ কৰা নাই ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.