Woman arrested with drugs: সোণাৰিত ড্ৰাগছসহ আটক যুৱতী

By

Published : Nov 22, 2022, 3:54 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান চলি থকাৰ মাজতে সোণাৰিত ড্ৰাগছসহ এগৰাকী যুৱতীক আটক কৰা হৈছে (woman arrested with drugs)৷ সোণাৰিৰ ৪ নং ৱাৰ্ডৰ এটা ভাড়াঘৰৰ পৰা ৫ টা ড্ৰাগছ ভৰ্তি বক্স জব্দ কৰাৰ লগতে সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীক (Drugs seized at Sonari)৷ ধৃত যুৱতীগৰাকীৰ পৰা আৰক্ষীয়ে কন্টেইনাৰসহ প্ৰায় ৭০ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে ৷ বৰ্তমান সোণাৰি আৰক্ষীয়ে যুৱতীগৰাকীক সোধ পোছ অব্যাহত ৰাখিছে ( woman arrested with drugs at Sonari) । লগতে যুৱতীগৰাকীৰ পৰা দুটা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে ৷ ধৃত যুৱতীগৰাকীৰ ঘৰ গোলাঘাটত বুলি জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.