Dengue in Assam: নগাঁৱতো ডেংগুত আক্ৰান্ত এজন

By

Published : Nov 7, 2022, 4:02 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ডেংগুক লৈ সষ্টম নগাঁও স্বাস্থ্য বিভাগ । কাৰ্বি আংলঙত দ্ৰুতগতিত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা (Dengue becoming severe in Karbi Anglong) । জিলাখনত ডেংগু ৰোগে ভয়াৱহ ৰূপ লোৱাৰ সময়ত নগাঁও জিলাতো প্ৰভাৱ পৰিছে ডেংগু ৰোগৰ (Dengue in Nagaon) । ইতিমধ্যে নগাঁৱৰ এগৰাকী যুৱকৰ দেহত ধৰা পৰিছে ডেংগু (Dengue in karbi anglong) । ডেংগুত আক্ৰান্ত লোকজন নগাঁৱৰ লাওগাঁৱৰ আব্দুল জব্বৰ বুলি জানিব পৰা হৈছে । ইতিমধ্যে চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি আহিছে লোকজন । ডেংগুক লৈ নগাঁওবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপজ্যোতি মহন্তৰ (Joint Director of Health Nagaon) ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.