Nagaon AASU new committee: কলিয়াবৰত নগাঁও আছুৰ নতুন সমিতি গঠন

By

Published : Nov 11, 2022, 3:10 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

কলিয়াবৰত অনুষ্ঠিত নগাঁও জিলা ছাত্র সন্থাৰ ২৪ সংখ্যক অধিবেশনত নিৰ্বাচন কৰা হয় নতুন সমিতি (Nagaon District AASU annual Session) । আতচবাজী ফুটাই এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি তথা সাধাৰণ সম্পাদকক উষ্ম আদৰণি জনায় (Nagaon AASU annual session Kaliabar) । উল্লেখ্য, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি পদত সীমান্ত বৰা আৰু সাধাৰণ সম্পাদকৰ পদত কংকনজ্যোতি বৰুৱা নিৰ্বাচিত হৈছে (New president and GS of Nagaon AASU) ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.