ভুকাৰ কাৰণেই পোহনীয়া কুকুৰক গুলীয়াই হত্যা

By

Published : Sep 18, 2022, 1:53 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

কৰ্ণাটকত সংঘটিত হৈছে আজৱ ঘটনা ৷ ভুকাৰ কাৰণেই পোহনীয়া কুকুৰক থকা সৰকা কৰিলে 8টা বুলেটেৰে (Man shot dead a dog)৷ শনিবৰে দুপৰীয়া দুদ্দলবল্লপুৰ টালুকত এজন লোকে পথেৰে পাৰ হৈ যাওঁতে চুবুৰীয়া ঘৰৰ কুকুৰটোৱে ভুকাৰ কাৰণে গুলীয়াই হত্যা কৰে কৃষ্ণাপ্পা নামৰ এজন লোকে (Man kills pet dog for barking)৷ জানিব পৰা মতে হৰিশ নামৰ লোকজনৰ অতি মৰমৰ কুকুৰ আছিল ৰকী ৷ ৰকীক এনেদৰে হত্যা কৰাত খঙত অগ্নিশৰ্মা হৈ পৰে হৰিশ ৷ এই ঘটনাৰ পিছতে কুকুৰটোৰ স্বত্বাধিকাৰীগৰাকীয়ে কৃষ্ণাপ্পাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (owner filed complaint against accused)৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.