আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা লোকক বান সাহাৰ্য বিতৰণ

By

Published : Jun 23, 2022, 8:29 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বাশবাৰীত আই নৈৰ ভয়াবহ খহনীয়া অব্যাহত আছে(Aai river erosion at Bongaigaon) । খহনীয়াৰ ফলত প্ৰায় ৩ শতাধিক পৰিয়ালে গৃহহাৰা হৈ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে । খহনীয়াৰ ফলত গৃহহাৰা হোৱা লোকসকলৰ কাষত বুধবাৰে থিয় দিয়ে যুৱ সমাজকৰ্মী হজৰত আলী । যুৱ সমাজকৰ্মীজনে আই নৈৰ খহনীয়াত সৰ্বহাৰা হৈ শিবিৰত আশ্ৰয় লোৱা ৪৮ টা পৰিয়ালৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে(Flood relief distribution at Bongaigaon) । তেওঁ লগতে ক্ষতিগ্ৰস্ত লোকক সাধ্যানুসাৰে সহায় কৰিবলৈ সকলোকে আহ্বান জনায় ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.