Ghora mela celebrated in Kampur: 75 বছৰীয়া হ’ল কামপুৰৰ পৰম্পৰাগত ঘোঁৰা মেলা

By

Published : Jan 2, 2023, 1:38 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
()

কামপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ঘোঁৰা মেলা (Ghora mela celebrated in Kampur)৷ বিগত ৭৫ বছৰ ধৰি ৰহা সমষ্টিৰ মৰিসূুতিবাসী ৰাইজে সাত্বিকতাৰে উদযাপন কৰি আহিছে এই মেলাৰ ৷ জনবিশ্বাস অনুসৰি এই মেলাত ঘোঁৰা দান দিলে মনৰ কামনা পূৰণ হয় ৷ যাৰ বাবে নৱবৰ্ষত এই মেলাত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়( 75 years of ghora mela in Assam) ৷ বিগত ৭৫ বছৰে প্ৰচাৰ অবিহনেই চলি আহিছিল মেলাখন ৷ কিন্তু বহু লোকৰ মনৰ কামনা পূৰ্ণ হোৱাত এতিয়া জনবিশ্বাসত পৰিণত হৈছে মেলাখন ৷ চৰকাৰৰ দৃষ্টি নপৰা এই মেলাখনৰ উদযাপন সমিতিয়ে বিচাৰিছে চৰকাৰৰ সহযোগিতা ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.