পৰম্পৰাগত বিধিৰে ১১০ বছৰীয়া হাফলং জগন্নাথ মন্দিৰত অষ্টমী পূজা

By

Published : Oct 3, 2022, 2:58 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহাষ্টমী (Maha Ashtami 2022)। পাহাৰীয়া জিলা ডিমা হাছাওৰ পুৰণি পূজা হৈছে হাফলং জগন্নাথ মন্দিৰৰ (Durga Puja in Jagannath Temple) পূজা । এই বছৰ হাফলং জগন্নাথ মন্দিৰৰ পূজাই ১১০ বছৰত ভৰি দিছে । আজি মহাষ্টমী আৰু এই দেৱীৰ সেৱা ল'বলৈ আৰু অঞ্জলীৰ বাবে ভক্ত সকলৰ ভিৰ কৰে । ১৯১২ চনত হাফলং জগন্নাথ মন্দিৰ স্থাপিত হৈছিল । ইয়াৰ পিছৰে পৰা এই মন্দিৰত দেৱী দুর্গাৰ আৰাধনা হৈ আহিছে । এই মন্দিৰৰ পূজাত কোনো ধৰণৰ আধুনিকতা নাই । এইবাৰ পাহাৰীয়া জিলাখনত ৫৫ খন পূজা অনুষ্ঠিত হৈছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.