Presidential polls: কোনো ক্ৰছ ভোটিং হোৱা নাই বুলি মন্তব্য বৈজয়ন্ত পাণ্ডাৰ

By

Published : Jul 22, 2022, 5:02 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া সাধাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে একে নহয় । দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিগৰাকী ভোটাৰে নিজৰ বিবেকক সুধি ভোট দিয়ে । এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ(BJP Vice president Baijayant Panda) । বিজেপিৰ নেতাগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মূৰ্মু জয়ী হোৱাৰ পিছত সমগ্ৰ বিশ্বই এক সুন্দৰ বাৰ্তা লাভ কৰিছে । আনহাতে ক্ৰছ ভোটিঙৰ প্ৰসংগত তেও কয় যে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াত কোনো ক্ৰছ ভোটিং হোৱা নাই (Baijayant Panda cross voting in president election)। বহুকেইটা বিৰোধী দলৰ বিধায়কে বিজেপিক মুকলিকৈ সমৰ্থন কৰিছে । এয়া গণতন্ত্ৰৰ বাবে এক শুভবাৰ্তা ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.