African swine fever outbreak in Sivasagar: নিষিদ্ধ গাহৰি মাংস

By

Published : Jul 16, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

শিৱসাগৰ জিলাত আফ্ৰিকান ছুৱাইন ফিভাৰ (ASF)ৰ সংহাৰ (African swine fever outbreak in Sivasagar) ৷ জিলাখনৰ খঙগিয়া গাঁও, দিহিং কলঘৰ আৰু জালুকনিবিলত ছুৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ । ছুৱাইন ফিভাৰত বৰ্তমানলৈকে মৃত্যু ২৮০ টা গাহৰি । জিলা পশুপালন বিষয়াই সদৰি কৰিলে এই তথ্য । অঞ্চলটোত জীয়াই থকা বাকী আক্ৰান্ত গাহৰি সমূহো নিধন কৰাৰ পৰামৰ্শ । অন্য অঞ্চললৈ যাতে এই ৰোগ বিয়পি নপৰে সেই স্বাৰ্থত এই সিদ্ধান্ত পশুপালন বিষয়াৰ ৷ ছুৱাই ফিভাৰ ধৰা পৰা অঞ্চলত নিষিদ্ধ গাহৰি মাংস ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.