AATSA Memorandum to OIL Authority: থলুৱাৰ সংস্থাপনৰ দাবীৰে ভাৰতীয় তেল নিগম কৰ্তৃপক্ষলৈ আটছাৰ স্মাৰক পত্ৰ

By

Published : Dec 23, 2022, 8:14 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

কলিয়াবৰ আটছা জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ এক প্ৰতিনিধিৰ দলে ৰাঙলুস্থিত চিকনী ভাৰতীয় তেল নিগমৰ পাম্পিং ষ্টেশ্যন কৰ্তৃপক্ষৰ জৰিয়তে নিগমৰ উৰ্ধ্বতম কৰ্তৃপক্ষলৈকে স্থানীয় দক্ষ আৰু অদক্ষ শ্ৰমিকক নিয়োগ কৰাৰ দাবীৰে বৃহস্পতিবাৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে (AATSA submits Memorandum to OIL Authority) ৷ আটছাৰ অভিযোগ অনুসৰি স্থানীয় অঞ্চলত দক্ষ আৰু অদক্ষ‍ শ্ৰমিক থকা স্বত্বেও বহিৰাগত ঠিকাদাৰৰ জৰিয়তে বাহিৰৰ শ্ৰমিক নিয়োগ কৰি আহিছে (AATSA Memorandum to OIL Authority) ৷ পৰৱৰ্তী সময়ত এনে নকৰি তেল নিগমত স্থানীয় শ্ৰমিক নিয়োগ কৰি নিবনুৱা সমস্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায় ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.