পুনৰ আৰম্ভ হ’ল মাজুলীলৈ ফেৰী সেৱা

By

Published : Apr 8, 2022, 12:42 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা (Majuli and Nimati ferry service resumes)। ব্ৰহ্মপুত্ৰ নদীৰ জলৰাশি বৃদ্ধি হোৱাৰ ফলত মাজুলী জিলা প্ৰশাসনে এই মাজুলী নিমাতী সংযোগী ফেৰী সেৱা বিগত দুটা দিনে বন্ধ কৰি ৰাখিছিল (Majuli and Nimati ferry service stopped)৷ কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে এই ফেৰী সেৱা । ফলত পুৱাৰে পৰা ফেৰীঘাট সমূহত যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে ।

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.