ETV Bharat / state

কলাইগাঁৱত নিৰ্বাচনী হিংসা, আৰক্ষীৰ গুলীচালনাত আহত 3

author img

By

Published : Apr 1, 2021, 10:32 PM IST

কলাইগাঁও সমষ্টিৰ অন্তৰ্গত ৰাজপুখুৰী পাৰ প্ৰাথমিক বিদ্যালয়ত উত্তেজনা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত আহত হয় তিনিজন লোক ৷

Darrang tense during election
কলাইগাঁৱত নিৰ্বাচনী হিংসা, আৰক্ষীৰ গুলীচালনাত আহত 3

দৰং, 1 এপ্ৰিল : ওদালগুৰি জিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত ৰাজপুখুৰী পাৰ প্ৰাথমিক বিদ্যালয়ত উত্তেজনা । ভোট গ্ৰহণ সমাপ্তি হোৱাৰ পিছত 215 নং ভোটগ্ৰহণ কেন্দ্ৰত এটা ইভিএম মেচিন নিৰুদ্দেশ হোৱাৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

Darrang tense during election
কলাইগাঁৱত নিৰ্বাচনী হিংসা, আৰক্ষীৰ গুলীচালনাত আহত 3

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত আহত হয় তিনিজন লোক ৷ আহত লোক কেইজন ক্ৰমে ইছমাইল আলী, মোছা আলী আৰু হাছমত আলী ।

Darrang tense during election
কলাইগাঁৱত নিৰ্বাচনী হিংসা, আৰক্ষীৰ গুলীচালনাত আহত 3

ইয়াৰে ইছমাইল আলী নামৰ লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পাথাৰকান্দিৰ বিজেপি কাৰ্যালয়ত উৎসৱ মুখৰ পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.