ETV Bharat / state

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ 'শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়ন'ৰ

author img

By

Published : Aug 2, 2019, 7:55 PM IST

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নৰ

জাৰ্নালিষ্ট ইউনিয়ন অৱ অসমৰ অধীনৰ জিলা শাখা শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লোকসভাত দুখন শ্ৰম বিল পুনৰ সংশোধনীৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী লৈ স্মাৰক পাত্ৰ প্ৰেৰণ কৰে ।

তেজপুৰ, 2 আগষ্ট: দেশৰ লোকসভাত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংশোধন ঘটোৱা দুখনকৈ শ্ৰমবিলৰ সংশোধনী বাতিল কৰাৰ দাবীত শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী জিলা উপায়ুক্তৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক এক হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰে । সংস্থাটোৰ মতে দেশৰ সংবাদ মাধ্যমৰ ওপৰত এই শ্ৰম বিল সংশোধন কৰি আইনত পৰিণত কৰিলে ই হ'ব দেশৰ সংবাদ মাধ্যমৰ ওপৰত চৰম কুঠাৰঘাত তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ উলঙ্ঘন ৷ তদুপৰি এই বিল যদি আইনত পৰিণত হয় তেন্তে ই দেশৰ সাংবাদিকসকলৰ আৰ্থিক স্বচ্ছলতাৰ ক্ষেত্ৰত মূল প্ৰতিবন্ধক হিচাপে দেখা দিব বুলি অভিহিত কৰে সংস্থা়টোৱে ৷

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নৰ
Intro:তেজপুৰ,২আগষ্ট: জাৰ্ণালিষ্ট ইউনিয়ন অব অসমৰ অধীন শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ দুখন কৈ শ্ৰম বিল পুনৰ সংশোধনীৰ বাবে পদক্ষেপ গ্ৰহণ কৰে আৰু তাৰেই এক প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী লৈ এক পাত্ৰ প্ৰেৰণ কৰে ।


Body:শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপ ক এক হঠকাৰী সিদ্ধান্ত বুলিও অভিহিত কৰে ।এই শ্ৰম বিল পুনৰ সংশোধনী কৰি আইনত পৰিণত হলে ভাৰত বৰ্ষৰ সংবাদ মাধ্যমৰ ওপৰত মুখ্যম আঘাত হানি ব
আৰু সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব হব ।একাংশ পুঁজিবাদী সংবাদ মাধ্যমৰ বেৰণ ৰ হাতৰ পৰশত সংবাদ মাধ্যমৰ মজুৰি আৰু নিয়মীয়া দৰমহাৰ ক্ষেত্ৰত আঘাত দিবলৈ চেষ্টা চলাইছে আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ৰ উলঙ্ঘন
কৰিব বিচাৰিছে ।
bite: মনোজ কুমাৰ শইকীয়া
Bite:হিমাংশু শইকীয়া ।


Conclusion:ENDING PTC আছে l

"শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়ন " এইটো এনেকুৱা কৈ লিখা হয় । ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.