ETV Bharat / state

শৃংখল চলিহাৰ বাসগৃহত CIDৰ তালাচী

author img

By

Published : Dec 26, 2019, 9:58 AM IST

Updated : Dec 26, 2019, 12:02 PM IST

অনানুষ্ঠানিকভাৱে ৩০/১৯ গোচৰত গ্ৰেপ্তাৰ কৰা শৃংখলৰ ঘৰ তালাচীৰ এক নিয়মমাফিক অভিযান বুলি উল্লেখ দলটোৰ ৷

শৃংখল চলিহাৰ বাসগৃহত চলিল CID ৰ তালাচী
শৃংখল চলিহাৰ বাসগৃহত চলিল CID ৰ তালাচী

শিৱসাগৰ, 26 ডিচেম্বৰ: বৃহস্পতিবাৰে পুৱা বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সচিব শৃংখল চলিহাৰ বাসগৃহত চি আইডিৰ তালাচী

শৃংখল চলিহাৰ বাসগৃহত চলিল CID ৰ তালাচী
  • আৰক্ষী-চিআৰপিএফৰে পৰিবেষ্টিত চি আই ডিৰ এটা বৃহৎ দলে তালাচী চলাই নেতাজনৰ শিৱসাগৰৰ ফুকন নগৰস্থিত বাসগৃহত
  • সংবাদ মাধ্যমত মন্তব্য কৰাৰ পৰা বিৰত গুৱাহাটীৰ পৰা অহা বৃহৎ চি আইডিৰ দলটো
  • অনানুষ্ঠানিকভাৱে ৩০/১৯ গোচৰত গ্ৰেপ্তাৰ কৰা শৃংখলৰ ঘৰ তালাচীৰ এক নিয়মমাফিক অভিযান বুলি উল্লেখ দলটোৰ
  • পৰিদৰ্শক হিতেশ কুমাৰ শৰ্মাৰ নেতৃত্বত আহিছে চি আই ডিৰ দলটোৱে শোৱনি কোঠাকে ধৰি বাসগৃহৰ প্ৰতিটো অংশত চলাইছে তন্ন তন্ন তালাচী
  • শৃংখলৰ মাতৃ ৰাকাজ্যোতি চলিহাৰ ম'বাইল জব্দ চিআইডিৰ দলটোৰ
  • CAA বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত বৰ্তমানেও চিআইডিৰ জিম্মাত নেতাগৰাকী

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত প্ৰতিবাদ

Intro:Body:বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সচিব শৃংখল চলিহাৰ বাসগৃহত চি আইডিৰ তালাচী

আৰক্ষী -চিআৰপিএফৰে পৰিবেষ্টিত চিআইডিৰ এটা বৃহৎ দলে তালাচী চলাইছে নেতাজনৰ শিৱসাগৰৰ ফুকন নগৰস্থিত বাসগৃহত

সংবাদ মাধ্যমত মন্তব্য কৰাৰ পৰা বিৰত গুৱাহাটীৰ পৰা অহা বৃহৎ চি আইডিৰ দলৰ যদিও অনানুষ্ঠানিক ভাৱে ৩০/১৯ গোচৰত গ্ৰেপ্তাৰ কৰা শৃংখলৰ ঘৰ তালাচীৰ এক নিয়মমাফিক অভিযান বুলি উল্লেখ কৰে।

পৰিদৰ্শক হিতেশ কুমাৰ শৰ্মাৰ নেতৃত্বত আহিছে চিআইডিৰ দলটো

পুৱা সাত বজাৰ পৰা নেতাজনৰ বাসগৃহত তালাচী চিআইডিৰ দলটোৰ

শোৱনি কোঠাকে ধৰি বাসগৃহৰ প্ৰতিটো অংশত তন্ন তালাচী

শৃংখলৰ মাতৃ ৰাকাজ্যোতি চলিহাৰ ম'বাইল জব্দ চিআইডিৰ দলটোৰ

এনেদৰে তালাচী চলোৱাক লৈ শৃংখলৰ মাতৃৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বৰ্তমান নেতাগৰাকী চিআইডিৰ জিম্মাত ৷Conclusion:
Last Updated : Dec 26, 2019, 12:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.