ETV Bharat / state

আমগুৰিত বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ

author img

By

Published : Apr 16, 2020, 10:20 AM IST

Updated : Apr 16, 2020, 10:42 AM IST

Amguri Rape
আমগুৰিত বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ

বুধবাৰে নিশা এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে একে গাঁৱৰে অমল বৰুৱা নামৰ লোকজনৰ বিৰুদ্ধে ৷ মহিলাগৰাকীৰ স্বামীয়ে এই কাৰ্যৰ প্ৰতিবাদ কৰাত তেখেতক মাৰ-পিট কৰাৰ অভিযোগো উত্থাপিত হৈছে লোকজনৰ বিৰুদ্ধে ৷

আমগুৰি,16 এপ্ৰিলঃ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি কহাৰ গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা ৷ বুধবাৰে নিশা এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে একে গাঁৱৰে অমল বৰুৱা নামৰ লোকজনৰ বিৰুদ্ধে ৷ উল্লেখ্য যে,পানী বিচৰাৰ চলেৰে মহিলাগৰাকীৰ গৃহত প্ৰৱেশ কৰে অভিযুক্ত অমল বৰুৱাই ৷ আনহাতে,মহিলাগৰাকীৰ স্বামীয়ে এই কাৰ্যৰ প্ৰতিবাদ কৰাত তেখেতক মাৰ-পিট কৰাৰো অভিযোগ উত্থাপিত হৈছে লোকজনৰ বিৰুদ্ধে ৷ ইতিমধ্যে, ভুক্তভোগী মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

আমগুৰিত বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা দুৰ্বৃত্তৰ

লগতে পঢ়ক-চীনৰ পৰা অসম আহি পালে 50 হাজাৰ PPE kit

Last Updated :Apr 16, 2020, 10:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.