ETV Bharat / state

চীনৰ পৰা অসম আহি পালে 50 হাজাৰ PPE kit

author img

By

Published : Apr 15, 2020, 9:02 PM IST

Updated : Apr 20, 2020, 6:53 AM IST

চীনৰ পৰা অসম আহি পালে 50 হাজাৰ PPE kit
চীনৰ পৰা অসম আহি পালে 50 হাজাৰ PPE kit

20:58 April 15

চীনৰ গুৱানজুৰৰ পৰা অসম আহি পালে এইসমুহ kit ৷

গুৱাহাটী, 15 এপ্ৰিল: বুধবাৰে সন্ধিয়া অসম আহি পালে 50 হাজাৰ PPE kit ৷ চীনৰ পৰা বৰঝাৰ আহি পালে এই kit সমুহ ৷ চীনৰ গুৱানজুৰৰ পৰা অসম আহি পালে এইসমুহ kit ৷ ক'ৰণাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে অৰ্ডাৰ কৰিছিল kit সমুহ ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই বিমানবন্দৰত সোমাই গ্ৰহণ কৰে  এই  kit সমুহ ৷  

উল্লেখ্য যে Blue Dart ৰ VT-BDA Boeing 757-25F(SF) নম্বৰৰ বিমানযোগে পোনে পোনে অসমলৈ অনা হৈছে PPE Kit সমুহ ৷ বুধবাৰে নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰা ম'তে পূৰ্বে ৰাজ্যত মজুত আছিল ১ লাখ PPE Kit ৷ চীনৰ পৰা পুনৰ 50 হাজাৰ কীট আহি পোৱাৰ পাছত বৰ্তমান অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ হাতত 1 লাখ 50 হাজাৰ PPE kit মজুত হোৱা বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 

লগতে পঢ়কঃ COVID-19: নাগৰিকক দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতৰ সহায় ভিক্ষা পাকিস্তানৰ

Last Updated : Apr 20, 2020, 6:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.