ETV Bharat / state

Police anti drug operation: ৰহাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Oct 29, 2022, 11:25 AM IST

Police anti drug operation
ৰহাত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

আকৌ অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Police anti drug operation) ৷ এইবাৰৰ অভিযানৰ স্থান ৰহা ৷ এই অভিযানত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ ৩.২২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন (Drugs peddlers arrested) ৷

  • ৰহা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Police anti drug operation)
  • শুক্ৰবাৰে নিশাৰ এই অভিযানত আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddlers arrested)
  • সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ৩.২২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন
  • লগতে জব্দ কৰিলে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত দুখন মটৰ চাইকেল
  • ধৃত সৰবৰাহকাৰীকেইটা বাৰপূজীয়াৰ গৌৰব দেউৰী (২৩), পৃথিৱীৰাজ ডেকাদলৈ (২২) আৰু দীঘলীয়াআটিৰ ৰাহুল দাস (২২)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.