ETV Bharat / state

হোজাইৰ উদালিত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 4, 2020, 10:20 PM IST

হোজাইৰ উদালিত কংগ্ৰেছৰ প্ৰতিবাদ
হোজাইৰ উদালিত কংগ্ৰেছৰ প্ৰতিবাদ

হোজাইৰ উদালিত কংগ্ৰেছৰ প্ৰতিবাদ ৷ উত্তৰ প্ৰদেশৰ মনিষা ধৰ্ষণ কাণ্ড আৰু ৰাহুল গান্ধীক অপদস্থ কৰাৰ বিৰুদ্ধে ৪ শতাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ ৷

হোজাই, 4 অক্টোবৰ: উত্তৰ প্ৰদেশৰ মনিষা ধৰ্ষণ কাণ্ড আৰু ৰাহুল গান্ধীক অপদস্থ কৰাৰ বিৰুদ্ধে হোজাইৰ উদালিত কংগ্ৰেছৰ প্ৰতিবাদ । ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ।

মনিষা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে হোজাইত  কংগ্ৰেছৰ প্ৰতিবাদ
মনিষা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে হোজাইত কংগ্ৰেছৰ প্ৰতিবাদ

উদালি ব্লক কংগ্ৰেছৰ তথা উদালি ব্লক কংগ্ৰেছৰ সভাপতি মিছবাহ উদ্দিনৰ নেতৃত্বত উদ্যোগত কংগ্ৰেছ কৰ্মী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় ৪ শতাধিক কংগ্ৰেছ কৰ্মীয়ে 'বিজেপি চৰকাৰ হায় হায়', 'উত্তৰ প্ৰদেশৰ পুলিচ হায় হায়' আদি শ্ল'গানেৰে ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: সুখবৰ: ৰাজ্যত হ্ৰাস পাইছে ক'ভিড সংক্ৰমণৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.