ETV Bharat / state

নগাঁৱৰ ৰাইডঙীয়াৰ সমাজ-সেৱক ৰত্ন বৰুৱাৰ বিয়োগ

author img

By

Published : Sep 4, 2019, 12:53 PM IST

ৰত্ন বৰুৱা

৯৬ বছৰ বয়সত শ্বাস-প্ৰশ্বাস জনিত কাৰণত মৃত্যু ব্যক্তিজনৰ ৷ গাৱঁৰ বয়োজেষ্ঠ ব্যক্তি তথা সমাজৰ দেউৰী ৰত্ন বৰুৱা অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱাৰ উপৰিও অসম সাহিত্য সভাৰ সদস্য আছিল ৷

বটদ্ৰৱা,4 চেপ্তম্বৰঃ

  • নগাঁৱৰ ৰাইডঙীয়াৰ সমাজ-সেৱক ৰত্ন বৰুৱাৰ বিয়োগ
  • মঙলবাৰে শ্বাস-প্ৰশ্বাস জনিত কাৰণত মৃত্যু ব্যক্তিজনৰ
  • মৃত্যুৰ সময়ত ব্যক্তিজনৰ বয়স হৈছিল ৯৬ বছৰ
  • গাৱঁৰ বয়োজেষ্ঠ ব্যক্তি তথা সমাজৰ দেউৰী ৰত্ন বৰুৱা অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱাৰ উপৰিও অসম সাহিত্য সভাৰ সদস্য আছিল
  • গাঁওখনৰ বটবৃক্ষ স্বৰূপ সৰবৰহী ব্যক্তি গৰাকীৰ আকস্মিক বিয়োগত ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা, বৰৰাইডঙীয়া গাঁৱৰ ভকত বৈষ্ণৱ সকলৰ শোক প্ৰকাশ
  • মৃত্যুৰ সময়ত তেওঁ তিনি জন পুত্ৰ, এগৰাকী জীয়ৰী, বোৱাৰী, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়
    BATADRAVA SOCIAL WORKER Died
    প্ৰয়াত ৰত্ন বৰুৱা
Intro:নগাঁৱৰ ৰাইডঙীয়াৰ ৯৬ বছৰীয়া সমাজ-সেৱক ৰত্ন বৰুৱাৰ বিয়োগ ।Body:নগাঁও জিলাৰ বৰ ৰাইডঙীয়া গাৱঁৰ ৰত্ন বৰুৱাৰ মঙলবাৰে নিজ বাসগৃহত বিয়োগ হয়। ৯৬ বছৰীয়া বৰুৱা মংগলবাৰে পুৱা ভাগত নগাঁৱলৈ বজাৰ কৰিবলৈ গৈ ঘুৰি আহি ঘৰত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে শ্বাস প্ৰশ্বাসত কষ্ট অনুভৱ কৰে আৰু লগে লগে শেষ নিশ্বাস ত্যাগ কৰে।বৰৰাইডঙীয়া গাৱঁৰ বয়োজেষ্ঠ ব্যক্তি তথা সমাজৰ দেউৰী ৰত্ন বৰুৱা অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱাৰ উপৰিও অসম সাহিত্য সভাৰ সদস্য আছিল।গাঁওখনৰ বটবৃক্ষ স্বৰূপ সৰবৰহী ব্যক্তি গৰাকীৰ আকস্মিক বিয়োগত ৰাইডঙীয়া সৌৰভ শাখা সাহিত্য সভা, বৰৰাইডঙীয়া গাঁৱৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰত্ন বৰুৱাই তিনি জন পুত্ৰ, এগৰাকী জীয়ৰী, বোৱাৰী, নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। তেখেতৰ মৃত্যুত সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.