ETV Bharat / state

পূজা মণ্ডপত অভিনেত্ৰী আইমী বৰুৱাই বিতৰণ কৰিলে 30 হাজাৰ মাক্স

author img

By

Published : Oct 24, 2020, 10:29 PM IST

পূজাৰ মাজতে জাগীৰোডৰ বিভিন্ন পূজাৰ মণ্ডপত সুকীয়া ৰূপত দেখা গল অভিনেত্ৰী আইমী বৰুৱাক ৷ পূজাৰ সময়ত সকলোৱে যাতে ক’ভিড প্ৰট’কল মানি চলে তাৰ বাবেও আহ্বান জনায় অভিনেত্ৰী আইমী বৰুৱাই ৷

Actress Aimi Boruah distributed 30 thousand mask at Jagiroad
পূজা মণ্ডপত অভিনেত্ৰী আইমী বৰুৱাই বিতৰণ কৰিলে 30 হাজাৰ মাক্স

মৰিগাঁও, 24 অক্টোবৰ: কোভিড সৃষ্ট পৰিৱেশ আৰু প্ৰতিকুল বতৰৰ মাজতে দেশবাসীয়ে উদযাপন কৰিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা ৷ সমান্তৰালকৈ অসমতো অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা ৷ পূজাৰ মাজতে জাগীৰোডৰ বিভিন্ন পূজাৰ মণ্ডপত সুকীয়া ৰূপত দেখা গল অভিনেত্ৰী আইমী বৰুৱাক ৷

মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা জাগীৰোড সমষ্টিৰ বিভিন্ন পূজা মণ্ডপত এইবেলি 30 হাজাৰ মাস্ক বিতৰণ কৰে ৷ পূজাৰ সময়ত সকলোৱে যাতে কোভিড প্ৰট’কল মানি চলে তাৰ বাবেও আহ্বান জনায় অভিনেত্ৰী আইমী বৰুৱাই ৷

Actress Aimi Boruah distributed 30 thousand mask at Jagiroad
পূজা মণ্ডপত অভিনেত্ৰী আইমী বৰুৱাই বিতৰণ কৰিলে 30 হাজাৰ মাক্স

লগতে পঢ়কঃ মহাষ্টমীৰ সন্ধিয়া দেৱীৰ চৰণত ৰাজ্যবাসীৰ মংগল প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.