ETV Bharat / state

ফেচবুকত সাম্প্ৰদায়িক পোষ্টঃ ৰঙাঘৰত মৰিগাঁৱৰ বিজেপি কৰ্মী

author img

By

Published : Jun 13, 2019, 10:03 PM IST

সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰৰ আলহী হ'ল বিজেপি কৰ্মী

ধৰ্ষণ সন্দৰ্ভত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্ব দিয়াৰ দাবী জনাইছিল নীতু বৰাই ৷ সাম্প্ৰদায়িক-অশালীন পোষ্ট কৰাৰ বাবে বিজেপি কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷

মৰিগাঁও, 13 জুনঃ ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰত সোমাল বিজেপি কৰ্মী । চাৰিটাকৈ অশ্লীল তথা সাম্প্ৰদায়িক পোষ্টৰ বাবেই আৰক্ষীৰ জালত পৰিল মৰিগাঁৱৰ নীতু বৰা নামৰ বিজেপি কৰ্মীগৰাকী ৷ ধৰ্ষণ সন্দৰ্ভত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্ব দিয়াৰ দাবী জনাইছিল নীতু বৰাই ৷ সাম্প্ৰদায়িক-অশালীন পোষ্ট কৰাৰ বাবে বিজেপি কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷

সাম্প্ৰদায়িক মন্তব্য দি ৰঙাঘৰৰ আলহী হ'ল বিজেপি কৰ্মী

ইপিনে এক সূত্ৰৰ তথ্যমতে এগৰাকী আৰ এছ এছ কৰ্মীৰ অভিযোগৰ ভিত্তিত বিজেপি কৰ্মী নীতু বৰাক গ্ৰেপ্তাৰ কৰা হয় ৷ অৱশ্যে এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে আৰক্ষী ৷

slug-as-mrg-13juneth- arrested bjp worker-804-vis-image-byte-as10005

Anchorintro:জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী গৃহবিভাগৰ বিৰুদ্ধে মন্তব্য কৰি ৰঙাঘৰত সোমাল বিজেপি কৰ্মী । পিছে কি মন্তব্য কৰিছিল এইগৰাকী বিজেপি কৰ্মীয়ে এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।

VO:চাৰিটা ফেচবুক পোষ্ট।

      Facebook post-1 

    ওচৰত গেদা দেখিলে  সাবধান অসমীয়া জীয়ৰী/ বোৱাৰী সকল সাবধান ।ধৰ্ষণ কৰিব পাৰে সি.....

      Facebook post no-2

       ধৰ্ষণজ্যোতি আঁচনিখন কেতিয়া বন্ধ কৰিব চৰকাৰে।

         Facebook post-3
 অসমীয়া জীয়াৰীৰ লগত ধৰ্ষণ ধৰ্ষণ খেলি আছে গেদাই।
          
     Facebook post no-4
    
       গৃহ বিভাগটো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দাক দিব লাগে, চাওঁ চোন কেইটা গেদাই ধৰ্ষণ কৰে.....

      হয়  এই চাৰিটা ফেচবুক পোষ্ট । আৰু ইয়াৰে শেষৰটো পোষ্টৰ বাবেই ৰঙা ঘৰৰ আলহী হবলগাত পৰিল মৰিগাঁৱৰ নীতু বৰা নামৰ ডঃহিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক  এইজন বিজেপি কৰ্মী ।কাৰণমুখ্যমন্ত্ৰী বিৰুদ্ধে কৰাএইটো পোষ্ট সহ্য নহ'ল মৰিগাঁৱৰ একাংশ আৰ এছ এছ তথাকথিত কৰ্মীৰ। সেয়েহে মৰিগাঁও আৰক্ষী থানাত গোচৰ ।আৰু সেই তথাকথিত আৰ এছ এছ কৰ্মী আঙুলি ইচাৰাত ৰঙাঘৰৰ আলহী কৰিলে। এক অসমৰ্থিত সূত্ৰৰমতে একাংশ  সংবাদ মাধ্যমৰ মুখ্যকাৰ্যলয়তো দিয়া হল খবৰ। 
        ইফালে এই গোটেই ৰহস্য জনক ঘটনাৰ সন্দৰ্ভত মুখ খুলিবলৈ সাহস নহল মৰিগাঁও আৰক্ষীৰ।
       পিছে ইটিভি ভাৰত অসমে সুধিলে অভিযুক্ত বিজেপি নিষ্ঠাবান কৰ্মী জনক।কি কি কলে শুনক তেঁৱৰ মুখেৰে।byte:1-1-1=3
            শেহতীয়াকৈ মৰিগাঁৱত সংঘটিত এই ঘটনাই বিজেপি চৰকাৰৰ গৃহবিভাগৰ চৰম ব্যৰ্থতা দাঙিধৰাত ভূৰখা মহল মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.