ETV Bharat / state

কিলিং নৈৰ বাঢ়নী পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল

author img

By

Published : Sep 26, 2020, 7:34 AM IST

kiling River flood at Marigaon
কিলিং নৈৰ বাঢ়নি পানীয়ে বুৰাইছে মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চল

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মায়ং ৰাজহচক্ৰৰ গোভা, কুঠুৰী, বিলামপাৰ,পলাহগুৰি আদি প্ৰায় কুৰিখন গাঁও ইতিমধ্যে জলমগ্ন হৈছে ৷

মৰিগাঁও, 26 ছেপ্তেম্বৰঃ মৰিগাঁৱৰ দক্ষিণ পশ্চিম অঞ্চলত বানৰ বিভিষিকা ৷ বিগত কেইবাদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত মায়ং ৰাজহচক্ৰৰ গোভা,কুঠুৰী,বিলামপাৰ, পলাহগুৰি আদি প্ৰায় কুৰিখন গাঁও জলমগ্ন হৈছে ৷ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে ৷ যাৰ বাবে কেইবাখনো গেটেৰে এৰি দিছে প্ৰকল্পৰ পানী ৷ কিলিং নৈৰ বাঢ়নী বানীয়ে কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰাৰ ফলত প্ৰায় পোন্ধৰ হাজাৰ হেক্টৰ শলি ধানৰ খেতিৰ লগতে বিনষ্ট হৈছে হাজাৰ হাজৰ বিঘা কলখেতি ৷

kiling River flood at Marigaon
মৰিগাঁৱত বানত বুৰ গৈছে হাজাৰ বিঘা কলখেতি

লগতে পঢ়ক-কৰিমগঞ্জত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.