ETV Bharat / state

আৰক্ষীৰ জালত গভাইত চোৰ

author img

By

Published : Sep 6, 2019, 2:14 AM IST

আৰক্ষীৰ জালত গভাইত চোৰ

আৰক্ষীৰ জালত গভাইত চোৰ

স্থানীয় ৰাইজৰ লগতে আৰক্ষীকো সৰিয়হ ফুল দেখুৱাইছিল আহিছিল চোৰৰ দলটোৱে

লখিমপুৰ,৯ ছেপ্তেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ আৰক্ষীৰ জালত গভাইত চোৰৰ দল । বিগত এটা মাহে এই চোৰৰ দলটোৱে সংঘটিত কৰিছিল বিভিন্ন চুৰি কাণ্ড । আটকাধীন চোৰ কেইটা হৈছে ক্ৰমে বিহপুৰীয়াৰ চিচিপথাৰৰ পুৰন্দৰ চেতিয়া,গোঁসাইচুকৰ প্ৰাঞ্জল বৰা আৰু জয়ন্ত বৰা । অধিন তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা । ধৃত এই তিনিটা চোৰৰ সৈতে এটা বৃহৎ গেং জৰিত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

Intro:লখিমপুৰৰ বিহপুৰীয়াৰ আৰক্ষীৰ জালত পৰিল আৰক্ষীৰ লগতে স্থানীয় জনতাক সৰিয়হ ফুল দেখুৱাই অহা গভাইত চোৰৰ দল।Body:বিগত এটা মাহত বিভিন্ন স্থানত চুৰি কাৰ্য্যত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে বিহপুৰীয়াৰ চিচাপথাৰৰ পুৰন্দৰ চেতিয়া, গোঁসাইচুকৰ প্ৰাঞ্জল বৰা আৰু জয়ন্ত বৰাক। ধৃত লোক কেইজন হৈছে
সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে
অধিক তথ্যৰ বাবে।Conclusion:বিহপুৰীয়াৰ আৰক্ষীৰ সন্দেহ এই তিনি চোৰৰ লগত আছে বৃহৎ গেং যিয়েই সমগ্ৰ অঞ্চলত সৃষ্টি কৰিছে আতংকৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.