ETV Bharat / state

লখিমপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

author img

By

Published : Sep 30, 2020, 5:21 PM IST

লখিমপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ
লখিমপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

লখিমপুৰত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ সদৌ অসম নিবনুৱা সন্থাৰ ।

লখিমপুৰ, 30 ছেপ্টেম্বৰ : লখিমপুৰত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে সদৌ অসম নিবনুৱা সন্থাই । ৰাজ্যত কোভিড-19 মহামাৰীৰ সংহাৰৰ মাজতে খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হয় ৷ ইয়াৰ প্ৰতিবাদত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহেৰে লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম নিবনুৱা সন্থাই । লখিমপুৰ নগৰৰ মাজমজিয়াত অৱস্থিত আদৰ্শ বজাৰ চাৰিআলিত সাব্যস্ত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ অৰ্ধ শতাধিক সদস্যই অংশগ্ৰহণ কৰে ।

লখিমপুৰত যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

লগতে পঢ়ক : SI কাণ্ডই জোকাৰিছে নলবাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.