ETV Bharat / state

পথাৰকান্দিতো পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

author img

By

Published : Nov 17, 2020, 10:11 AM IST

Updated : Nov 17, 2020, 10:53 AM IST

কৰিমগঞ্জ জিলাৰ পথাৰকান্দিতো পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক খুঁচৰুল ইছলাম ৷

national press day
পথাৰকান্দীটো পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

কৰিমগঞ্জ, 17 নৱেম্বৰঃ সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জ জিলাৰ পথাৰকান্দিতো পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ এই উপলক্ষে এবিভিপিৰ উদ্যোগত পথাৰকান্দিৰ নেতাজী সংঘত আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠানটোৰ ৷

অনুষ্ঠানত এবিভিপিৰ তৰফৰ পৰা পথাৰকান্দিৰ জেষ্ঠ সাংবাদিক সকলকে ধৰি সকলো সাংবাদকৰ্মীক জনোৱা হয় সম্বৰ্ধনা ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক খুঁচৰুল ইছলাম ৷

লগতে পঢ়কঃনতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ

Last Updated : Nov 17, 2020, 10:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.