ETV Bharat / state

কামাখ্যা ষ্টেচনত তীৰ্থ যাত্ৰীৰ মাজত হাহাকাৰ

author img

By

Published : Oct 11, 2019, 2:27 PM IST

কামাখ্যা ষ্টেচনত তীৰ্থ যাত্ৰীৰ মাজত হাহাকাৰ

মণিৰাম বৰুৱা নামৰ এজন লোকে ২১গৰাকী মহিলাক তীৰ্থ ভ্ৰমণলৈ লৈ যোৱাৰ নামত নামত সংগ্ৰহ কৰিছিল ৮ হাজাকৈ টকা। কিন্তু ৮ হাজাৰ কৈ টকা লৈ অন্তিম মুহূৰ্তত টিকট লৈ নাহিল লোকজনে ৷ যাৰ ফলত যাত্ৰা বাতিল কৰিব লগা হ'ল মহিলাসকলে ৷

গুৱাহাটী, 11 অক্টোবৰঃ বৃহস্পতিবাৰে নিশা কামাখ্যা ষ্টেচনত তীৰ্থ যাত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ তীৰ্থ ভ্ৰমণলৈ লৈ যোৱাৰ নামত প্ৰৱঞ্চনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীক ৷ মণিৰাম বৰুৱা নামৰ এজন লোকে ২১গৰাকী মহিলাক তীৰ্থ ভ্ৰমণত লৈ যোৱাৰ নামত নামত সংগ্ৰহ কৰিছিল ৮ হাজাকৈ টকা। কিন্তু ৮ হাজাৰ কৈ টকা লৈ অন্তিম মুহূৰ্তত টিকট লৈ নাহিল লোকজনে ৷ যাৰ ফলত যাত্ৰা বাতিল কৰিব লগা হ'ল ধৰ্মপ্ৰাণ মহিলাসকলে ৷

কামাখ্যা ষ্টেচনত তীৰ্থ যাত্ৰীৰ মাজত হাহাকাৰ

আনহাতে ৰে'ল ষ্টেচনৰ পৰা গুচি যোৱাৰ পিচতহে টিকট লৈ ৰেল ষ্টেচনত উপস্থিত হয় মণিৰাম বৰুৱা ৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কামাখ্যা ৰে'ল ষ্টেচন ৷ পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষী উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ সম্প্ৰতি মণিৰাম বৰুৱাক সোধ পোচ অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ৷

লগতে পঢ়ক স্বামীৰ বিয়া : স্বামী গৃহৰ চোতালত চিনাকী দিলেহি প্ৰথমা পত্নীয়ে

Intro:নিশা কামাখ্যা ষ্টেচনত তীৰ্থ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। তীৰ্থ ভ্ৰমণত লৈ যোৱাৰ নামত প্ৰৱঞ্চনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীক। মণিৰাম বৰুৱা নামৰ এজন লোকে ২১গৰাকী মহিলাক তীৰ্থ ভ্ৰমণত লৈ যোৱাৰ নামত নামত সংগ্ৰহ কৰিছিল ৮হাজাকৈ টকা। কিন্তু ৮ হাজাৰ কৈ টকা লৈ অন্তিম মুহূৰ্তত টিকট লৈ নাহিল মণিৰাম। যাৰ ফলত যাত্ৰা বাতিল কৰিব লগা হ'ল ধৰ্মপ্ৰাণ মহিলাসকলে। ৰে'ল ষ্টেচনৰ পৰা গুচি যোৱাৰ পিছতহে টিকট লৈ ৰেল ষ্টেচনত উপস্থিত হয় মণিৰাম বৰুৱা। এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কামাখ্যা ৰে'ল ষ্টেচন। পিছত ৰে'ল আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। সম্প্ৰতি মণিৰাম বৰুৱাক ৰে'ল আৰক্ষীয়ে আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে। Body:Guwahati Conclusion:Hirul Haque

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.