ETV Bharat / state

বাইহাটা আৰক্ষীৰ জালত বাইক চোৰ

author img

By

Published : May 1, 2021, 11:56 AM IST

মফিদুল আলী আৰু জাহিৰুল ইছলাম নামৰ বাইক চোৰ দুটাক আটক কৰাৰ লগতে AS-01-MA-4093, AS-01-ED-7122, AS-25-N-2311 আৰু নম্বৰ নথকা এখন মটৰ চাইকেলকে ধৰি মুঠ চাৰি খন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

বাইহাটা আৰক্ষীৰ জালত বাইক চোৰ
বাইহাটা আৰক্ষীৰ জালত বাইক চোৰ

বাইহাটা, 1এপ্ৰিল: বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সাফল্য । দীৰ্ঘদিনে বাইক চুৰ কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা দুটা গভাইত বাইক চোৰক আটক কৰিবলৈ সক্ষম হৈছে বাইহাটা চাৰিআলি আৰক্ষীয়ে ।

বাইহাটা আৰক্ষীৰ জালত বাইক চোৰ

মফিদুল আলী আৰু জাহিৰুল ইছলাম নামৰ বাইক চোৰ দুটাক আটক কৰাৰ লগতে AS-01-MA-4093, AS-01-ED-7122, AS-25-N-2311 আৰু নম্বৰ নথকা এখন মটৰ চাইকেলকে ধৰি মুঠ চাৰি খন মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । সম্প্ৰতি বাইহাটা আৰক্ষীয়ে চোৰ দুটাক সোধ পোছ কৰাৰ পিছতে আদালতলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়কঃ বেতেৰে নিৰ্মাণ কৰা এখন অত্যাধুনিক বিশেষ বুলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.