ETV Bharat / state

চোৰাং গৰু সৰবৰাহকাৰীক আটক

author img

By

Published : Jul 8, 2019, 3:36 PM IST

দেওবাৰে নিশা যোৰাবাট আৰক্ষীয়ে অভিযান চলাই নগাঁও ৰূপহীৰ পৰা মেঘালয়লৈ অবৈধভাৱে সৰবৰাহ কৰা ৮২ টাকৈ গৰুসহ তিনিজন লোকক আটক কৰে

চোৰাং গৰু সৰবৰাহকাৰীক আটক

যোৰাবাট,৮ জুলাইঃদেওবাৰে নিশা যোৰাবাট আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি নগাঁও ৰূপহীৰ পৰা মেঘালয়লৈ অবৈধভাৱে সৰবৰাহ কৰা ৮২ টাকৈ গৰু সহ AS-01JC-9256, AS-23BC-1629 আৰু AS-06BC-3888 নম্বৰৰ তিনি খনকৈ ট্ৰাক জব্দ কৰে। লগতে ট্ৰাক কেইখনৰ চালক ক্ৰমে নিৰ্মল সিং, নয়ন জ্যোতি বৰ্মন,আৰু ফেইজুল ইছলাম আটক কৰে। উল্লেখযোগ্য যে,জব্দ কৰা ৮২ টা গৰুৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

চোৰাং গৰু সৰবৰাহকাৰীক আটক

আৰু পঢ়ক কেনেকৈ চুৰি কৰা হয় ROYAL ENFIELD

Intro:যোৰাবাটত ট্ৰাকসহ ৮২ টাকৈ গৰু জব্দ। তিনি ট্ৰাক সহ তিনি গৰু সৰবৰাহকাৰী আটক।









Body:যোৰাবাট আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি দেওবাৰে মাজ নিশা এক অভিযান চলাই নগাঁও ৰূপহীৰ পৰা মেঘালয়লৈ অবৈধ ভাবে সৰবৰাহ কৰা ৮২ টাকৈ গৰু সহ AS 01 JC 9256 , AS23 BC 1629 আৰু AS06 BC 3888 তিনি খনকৈ ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে ট্ৰাক চালক নিৰ্মল সিং,(৬০ পাঞ্জাৱ) নয়ন জ্যোতি বৰ্মন (২৫ নলবাৰী ঘগ্ৰপৰা) আৰু ফেইজুল ইছলাম (২০ নগাওঁ সমূগুৰি) আটাইকেইজনকে আটক কৰে। তিনিখন ট্ৰাকত ৮২ টা গৰু অবৈধভাবে সৰবৰাহ কৰা হৈছিল। জব্দ কৰা ৮২ টা গৰুৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষ্য টকা।




Conclusion:ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.