ETV Bharat / state

ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ সন্দৰ্ভত ১৫ মে'ত ৰায়দান উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : May 9, 2019, 2:58 AM IST

Updated : May 9, 2019, 4:40 AM IST

ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ সন্দৰ্ভত ১৫ মে'ত ৰায়দান উচ্চতম ন্যায়ালয়ৰ

ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ সন্দৰ্ভত ১৫ মে'ত ৰায়দান কৰিব গুৱাহাটী উচ্চতম ন্যায়ালয়ে । চিবিআইয়ে কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে দিব এই ৰায় ।

গুৱাহাটী, 9 মে': এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ অগাধ সম্পত্তিৰ প্ৰাথমিক পৰ্যায়ৰ তদন্তৰ অন্তত চি বি আইয়ে উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰি পালৰ সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্তৰ বাবে ন্যায়ালয়ত আবেদন জনাইছিল । উচ্চতম ন্যায়ালয়ে চি বি আইৰ প্ৰতিবেদনখন পূৰ্ণ নিৰীক্ষণ কৰি অহা ১৫ মে'ত পুনৰ ৰাকেশ পালৰ সম্পত্তিৰ পূৰ্ণ পৰ্যায়ৰ তদন্ত কৰা সন্দৰ্ভত ৰায়দান কৰিব ।

Intro:ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ সম্পৰ্কে তদন্ত চলাবৰ বাবে CBI য়ে উচ্চতম ন্যায়ালয়ৰ ওচৰত কৰা আবেদনৰ শুনানিৰ সন্দৰ্ভত উকীল UB শৰ্মাৰ সাক্ষাৎকাৰ । ৰাকেশ পালৰ অগাধ সম্পত্তিৰ ওপৰত প্ৰাথমিক পৰ্য্যায়ৰ তদন্ত কৰিছিল CBI য়ে। প্ৰাথমিক পৰ্য্যায়ৰ তদন্তৰ পিছতেই পূৰ্ণ পৰ্য্যায়ৰ তদন্তৰ বাবে আবেদন জনাইছিল CBI য়ে।কিন্তু উচ্চতম ন্যায়ালয়ে সেই সন্দৰ্ভত সকলো পূৰ্ণ নিৰীক্ষণ কৰি অহা 15 মে ত ৰায়দান দিব।


Body:ৰাকেশ পালৰ অগাধ সম্পত্তিৰ ওপৰত প্ৰাথমিক পৰ্য্যায়ৰ তদন্ত কৰিছিল CBI য়ে। প্ৰাথমিক পৰ্য্যায়ৰ তদন্তৰ পিছতেই পূৰ্ণ পৰ্য্যায়ৰ তদন্তৰ বাবে আবেদন জনাইছিল CBI য়ে।কিন্তু উচ্চতম ন্যায়ালয়ে সেই সন্দৰ্ভত সকলো পূৰ্ণ নিৰীক্ষণ কৰি অহা 15 মে ত ৰায়দান দিব।
Bite:-UB sarmah।


Conclusion:
Last Updated :May 9, 2019, 4:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.