ETV Bharat / state

আজিৰ ৰাজনীতি ধন সৰ্বস্ব আৰু জাত-পাতকেন্দ্ৰিকঃ পলাশ চাংমাই

author img

By

Published : Mar 23, 2019, 3:39 PM IST

etv bharat

বিজেপিক তীব্ৰ সমালোচনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ৷

নিউজ ডেস্ক, 23 মাৰ্চ : সদৌ অসম নাগৰিক মঞ্চৰ উদ্যোগত মাছখোৱাত আয়োজিত ৰাষ্ট্ৰীয় যুৱ সমাবেশত বিজেপিৰ ককৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ৷

palash sangmai

শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিফলতাৰ বাবে চৰকাৰক ধিক্কাৰ দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ৷ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদী দখল কৰা চৰকাৰে জাত-পাত আৰু ধৰ্মৰ ৰাজনীতিহে কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে চাংমায়ে ৷ ধৰ্মৰ ৰাজনীতি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক জোৰ-জবৰদস্তি অসমবাসীৰ ওপৰত জাপি দিবলৈও বিজেপিয়ে অভিসন্ধি ৰচনা কৰা বুলি অসমবাসীক হুচিয়াৰ হ'বলৈ আহ্বান জনাই চাংমায়ে ৷ তাৰোপৰি নানাৰঙী আঁচনি প্ৰৱৰ্তন কৰি জনসাধাৰণক প্ৰলোভন দিয়া মোডীয়ে কাৰ্যত কোনো আঁচনিৰে সফল ৰূপায়ন কৰিব পৰা নাই বুলিও বিজেপিক গৰিহণা দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে ৷


Palash sangmai accuses modi 

ৰাষ্ট্ৰীয় যুৱ সমাবেশত মোডীক ককৰ্থনা পলাশ চাংমাইৰ


নিউজ ডেস্ক, 23 মাৰ্চ : সদৌ অসম নাগৰিক মঞ্চৰ উদ্যোগত মাছখোৱাত আয়োজিত ৰাষ্ট্ৰীয় যুৱ সমাবেশত বিজেপিৰ ককৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ৷ 

শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিফলতাৰ বাবে চৰকাৰক ধিক্কাৰ দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ ৷ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাদী দখল কৰা চৰকাৰে জাত-পাত আৰু ধৰ্মৰ ৰাজনীতিহে কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে চাংমায়ে ৷ ধৰ্মৰ ৰাজনীতি কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক জোৰ-জবৰদস্তি অসমবাসীৰ ওপৰত জাপি দিবলৈও বিজেপিয়ে অভিসন্ধি ৰচনা কৰা বুলি অসমবাসীক হুচিয়াৰ হবলৈ আহ্বান জনাই চাংমায়ে ৷ তাৰোপৰি নানাৰঙী আঁচনি প্ৰৱৰ্তন কৰি জনসাধাৰণক প্ৰলোভন দিয়া মোডীয়ে কাৰ্যত কোনো আঁচনিৰে সফল ৰূপায়ন কৰিব পৰা নাই বুলিও বিজেপিক গৰিহণা দিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি গৰাকীয়ে ৷ 
cats.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.