ETV Bharat / state

Mysterious Death in Guwahati : মহানগৰীত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Nov 12, 2022, 3:32 PM IST

Updated : Nov 12, 2022, 3:42 PM IST

মহানগৰীৰ প্ৰতীক্ষা হাস্পতালৰ সমীপত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ (Mysterious Death in Guwahati) ৷

Mysterious Death in Guwahati
মহানগৰীত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু

  • মহানগৰীৰ প্ৰতীক্ষা হাস্পতালৰ(Pratiksha Hospital Guwahati) সমীপত চাঞ্চল্যকৰ ঘটনা
  • এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ(Mysterious Death in Guwahati)
  • ঢেকিয়াজুলীৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ
  • মহানগৰীত বনকৰা কিশোৰী হিচাবে আছিল কিশোৰীগৰাকী (Minor House maid girl death in Guwahati)
  • এঞ্জেলিনা চৰেণ নামৰ যুৱতীগৰাকীৰ ঘৰ ওডালগুৰিৰ হৰিচিঙাত
  • বিগত ২ বছৰে মহানগৰীৰ এটা পৰিয়ালত কৰ্মৰত হৈ আছিল কিশোৰীগৰাকী
  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
    মহানগৰীত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু
Last Updated :Nov 12, 2022, 3:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.