ETV Bharat / state

HSLC exam 2023 date announced: HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই

author img

By

Published : Dec 8, 2022, 12:17 PM IST

HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই ৷ 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হ’ব HSLC পৰীক্ষা (HSLC exam) ৷ নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব এইবাৰৰ HSLC পৰীক্ষা ৷

HSLC examination 2023 date announced by SEBA
HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই

  • HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই
  • 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হ’ব HSLC পৰীক্ষা
  • নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব এইবাৰৰ HSLC পৰীক্ষা
  • 912 টা কেন্দ্ৰত হ’ব পৰীক্ষা
  • 24, 25 ফেব্ৰুৱাৰীত হ’ব ব্যৱহাৰিক পৰীক্ষা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.