ETV Bharat / state

পৰিবহন বিভাগৰ আইন নামানে মহানগৰীৰ চিটিবাছ চালকে

author img

By

Published : Mar 5, 2019, 3:56 PM IST

Updated : Mar 5, 2019, 4:26 PM IST

পৰিবহন বিভাগৰ উপৰত ক্ষোভ চিটিবাছ চালকৰ

মহানগৰীত চিটিবাছ চালৰ প্ৰতিবাদ

গুৱাহাটী, ৫ মাৰ্চ : মহানগৰীত চলাচল কৰা চিটিবাছ চালক সকলে পৰিবহন বিভাগৰ আইন নামানে । এই ভাষ্য মহানগৰীত বাছ চলোৱা চিটিবাছ চালকৰ ।

মহানগৰীত চিটিবাছ চালৰ প্ৰতিবাদ

চিটিবাছ চালক সকলে এটা কথা স্পষ্ট কৰিছে যে চিটিবাছ সমুহত হেণ্ডিমেন নোহোৱাকে তেওঁলোকে গুৱাহাটীত চিটিবাছ সমুহ চলাব নোৱাৰে । কিয়নো তেঁওলোকৰ ভাষ্য অনুসৰি গুৱাহাটীৰ ৰাজপথত বাইক চালক সকলে বাছৰ দুয়ো ফালেৰ পৰা উদণ্ড ভাৱেবাইক চলায় যাৰ বাবে বাছত হেণ্ডিমেনৰ বহু দৰকাৰ হয় । ইয়াৰ উপৰিও বৃদ্ধ লোকসকল বা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকল বাছত উঠিলে হেণ্ডিমেন সহায় কৰে । সেয়ে পৰিবহন বিভাগৰ নিয়মৰ প্ৰতিবাদত আজি বহু চিটিবাছ চালক সকলে বন্ধ ৰাখিলে নিজ নিজ চিটি বাছ সমূহ ।

Intro:গুৱাহাটী মহানগৰীত চলাচল কৰা চিটিবাছ চালক সকলে পৰিবহন বিভাগৰ আইন নামানে।


Body:গুৱাহাটী মহানগৰীত চলাচল কৰা চিটিবাছ চালক সকলে পৰিবহন বিভাগৰ আইন নামানে। চিটিবাছ চালক সক এটা কথা স্পষ্ট কৰিসে যে চিটিবাছ সমুহত হেণ্ডিমেন নোহোৱাকে তেওঁলোকে চিটিবাছ সমুহ গুৱাহাটী মহানগৰীত চলাব নোৱাৰে। কেয়ানো গুৱাহাটী ৰাজপথত বাইক চালক সকলে বাছৰ দুয়োফালেৰ পৰা উদণ্ড ভাৱে
বাইক চলায়। যাক চাই থাকিব লাগে আনহাতে বৃদ্ধ লোকসকল বা স্কুলীয়া ছাত্র ছাত্ৰীক সকল উঠিলে হেণ্ডিমেন সহায় কৰে।

Byte


Conclusion:চিটিবাছ চালক সকলে কয় যে পৰিবহন বিভাগৰ নিয়মক লৈ আজি বহু চিটিবাছ চালক সকলে বন্ধ ৰাখিলো নিজ নিজ চিটি বাছ সমূহ।

Asrar Ansari
গুৱাহাটী
Last Updated :Mar 5, 2019, 4:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.