ETV Bharat / state

"5 ছেপ্তেম্বৰ সৰ্বপল্লী" উন্মোচন

author img

By

Published : Sep 5, 2019, 2:55 AM IST

"5 ছেপ্তেম্বৰ সৰ্বপল্লী" উন্মোচন

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় ডঃ ইভা হাজৰিকাৰ গ্ৰন্থ "5 ছেপ্তেম্বৰ সৰ্বপল্লী" ।

  • "5 ছেপ্তেম্বৰ সৰ্বপল্লী" শীৰ্ষক গ্ৰন্থৰ উন্মোচন
  • গ্ৰন্থ খনৰ ৰচক ডঃ ইভা হাজৰিকা
  • সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত আধাৰ কৰি লিখি হৈছে গ্ৰন্থখন
    "5 ছেপ্তেম্বৰ সৰ্বপল্লী" উন্মোচন
  • গ্ৰন্থখন উন্মোচন কৰিলে শ্ৰী মন্ত শংকৰদেৱ বিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই
  • উন্মোচনী সভাত উপস্থিত থাকে দয়ানন্দ পাঠক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্বজিৎ শৰ্মাকে ধৰি কেইবাগৰাকী ব্যক্তি
  • শিক্ষাৰ সৈতে জৰিত সকল আৰু ছাত্ৰ ছাত্ৰী সকলে গ্ৰন্থখন পঢ়ি উপকৃত হব বুলি আশাবাদী লিখক ।
Intro:বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ডঃ ইভা হাজৰিকাৰ গ্ৰন্থ "৫ ছেপ্টেম্বৰ সৰ্বপল্লী"


Body:গ্ৰন্থ আন উন্মোচন কৰে শ্ৰী মন্ত শংকৰদেৱ বিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাই । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দয়ানন্দ পাঠক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্বজিৎ শৰ্মা কে ধৰি কেইবাগৰাকী ব্যক্তি । সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত আধাৰ কৰি লিখি উলিয়াইছে গ্ৰন্থ খন । যত সন্নিৱিষ্ট হৈছে সৰ্বপল্লীৰ সৰু কালৰ পৰ শৈক্ষিক জীৱনলৈ । শিক্ষা ক্ষেত্ৰত জৰিত সকলে আৰু ছাত্ৰ ছাত্ৰী সকলে পঢ়ি উপকৃত হব বুলি মন্তব্য কৰে লেখকে । লগতে গ্ৰন্থ খন সকলোৱে আদৰি লব বুলি আশাবাদী ।


Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.