ETV Bharat / state

Fire in Jorhat: যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডত একেলগে জ্বলিল তিনিখন দোকান

author img

By

Published : Dec 21, 2022, 11:00 PM IST

Fire in Jorhat
যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডত একেলগে জ্বলিল তিনিখন দোকান

যোৰাহাটৰ মাৰোৱাৰী পট্টীত ভয়ংকৰ অগ্নিকাণ্ড ৷ একলগে তিনিখন দোকানত লাগিল জুই (Fire in Jorhat)৷

  • যোৰাহাটৰ মাৰোৱাৰী পট্টীত ভয়ংকৰ অগ্নিকাণ্ড (Fire in Jorhat)
  • একলগে তিনিখন দোকানত লাগিল জুই (Fire at Marwari Patti in Jorhat)
  • জুইৰ লেলিহান শিখাই ধাৰণ কৰিলে আগ্ৰাসী ৰূপ
  • বহু লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
  • সন্মুখৰ অট্টালিকালৈও জুই সম্প্ৰসাৰিত
  • বুধবাৰে নিশা প্ৰায় 10:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.