ETV Bharat / state

Road accident at Titatbor: বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত

author img

By

Published : Jan 3, 2023, 7:49 AM IST

যোৰহাটৰ তিতাবৰত বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন লোক থিতাতে নিহত হয় (One death in Road accident)৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন তিনিজন লোক ৷

One death in Road accident at Titatbor
বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত

বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত
  • নৱবৰ্ষৰ দ্বিতীয় দিনা যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Titatbor)
  • সোমবাৰে যোৰহাটৰ তিতাবৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো
  • বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন লোক
  • মৃত লোকজন বিপুল তপ্প বুলি জানিব পৰা গৈছে (Man death in Road accident)
  • এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন তিনিজন লোক
  • গুৰুতৰভাৱে আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰা হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.