ETV Bharat / state

যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত যুৱক

author img

By

Published : Dec 25, 2020, 4:56 PM IST

মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটত ৷

jorhat-thief-arrested
যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত যুৱক

যোৰহাট, 25 ডিচেম্বৰ : যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ সামগ্ৰী কঢ়িয়াই নি থকা ঠেলাৰ পৰা মিঠাতেলৰ বটল চোৰ কৰিছিল মৃণাল হাজৰিকা নামৰ এজন যুৱকে ৷

jorhat-thief-arrested
যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত যুৱক

পৰৱৰ্তী সময়ত ঠেলা চালকে যুৱকজনক খেদি যোৱাত যুৱকজন গৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ৷ যাৰ পাছতে আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷ আটকাধীন মৃণালৰ ঘৰ যোৰহাটৰ শুৱনি গাঁৱত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বিজেপিলৈ যাবনে অজন্তা : আজিৰ ভিতৰত উত্তৰ লাগে প্ৰদেশ কংগ্ৰেছক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.