ETV Bharat / state

পুনৰ পিছুৱালে ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দান

author img

By

Published : Oct 5, 2020, 5:00 PM IST

পূৰ্বতে এজন অভিযুক্তৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্য নোপোৱাৰ ফলত ৫ অক্টোবৰত ৰায়দানৰ দিন ধাৰ্য কৰা হৈছিল ৷

Deben dutta murder case
Deben dutta murder case

যোৰহাট, 5 অক্টোবৰঃ পুনৰ পিছুৱালে টীয়কৰ চিকিৎসক ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দানৰ তাৰিখ ৷ এজন অভিযুক্তৰ দেহত কৰ'ণা উপস্থিতি ধৰা পৰাৰ পাছতে স্থগিত ৰখা হ'ল ৰায়দান ৷ পূৰ্বতে এজন অভিযুক্তৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্য নোপোৱাৰ ফলত ৫ অক্টোবৰত ৰায়দানৰ দিন ধাৰ্য কৰা হৈছিল ৷ এইবেলি পুনৰ ১২ অক্টোবৰলৈ ধাৰ্য কৰিছে চূড়ান্ত ৰায়দানৰ দিন ৷ উল্লেখ্য যে, 30 ছেপ্টেম্বৰত সংঘটিত হৈছিল দেশ কঁপোৱা এই ঘটনা ৷

ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দান

লগতে পঢ়কঃ লিকাবালিত ভয়ংকৰ ঘটনাঃ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 ডাম্পাৰ চালকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.