ETV Bharat / state

IT Department raid : হোজাইৰ কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

author img

By

Published : Nov 18, 2022, 3:50 PM IST

IT Department massive raid in Hojai
হোজাইৰ কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ বৃহৎ অভিযান

হোজাইত আয়কৰ বিভাগৰ বৃহৎ অভিযান (Income Tax Department raid) ৷ কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠিত মালিকৰ বাসগৃহত চলিল এই অভিযান ৷ ৩০/৪০ জনীয়া এটা অভিযানকাৰী দলে পুৱাৰে পৰা চলাই অভিযান প্ৰক্ৰিয়া ৷

  • হোজাইত আয়কৰ বিভাগৰ অভিযান(Income Tax Department raid)
  • কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠিত মালিকৰ বাসগৃহত চলিল এই অভিযান
  • গুৱাহাটীৰ পৰা যোৱা ৩০/৪০ জনীয়া এটা অভিযানকাৰী দলে পুৱাৰে পৰা চলালে অভিযান
  • চহৰখনৰ গোবিন্দ ষ্ট’ৰ, মা দুৰ্গা ষ্ট’ৰ, শ্ৰী নিকেতন ক্লথ ষ্ট’ৰ, অনিল ট্ৰেডাৰ্চ আৰু হোজাই ট্ৰেডাৰ্চত চলিল অভিযান
  • সাংবাদিকৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত আছে অভিযানকাৰী দলটো
  • সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰি দলটোৱে চলাইছে অভিযান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.