ETV Bharat / state

যমুনামুখত প্ৰথম বাৰৰ বাবে বিহু কৰ্মশালাৰ আয়োজন

author img

By

Published : Apr 12, 2021, 7:39 PM IST

bihu-workshop-at-jamunamukh
যমুনামুখত প্ৰথম বাৰৰ বাবে বিহু কৰ্মশালাৰ আয়োজন

পোনপ্ৰথম বাৰৰ বাবে হোজাই জিলাৰ যমুনামুখতো আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালাৰ । যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিহুৰ কৰ্মশালাৰ সোমবাৰে অন্তিম দিন ।

হোজাই, 12 এপ্ৰিল: বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী । এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু হৈ উঠিছে ৰাজ্যবাসী । চলিত বৰ্ষত পোনপ্ৰথম বাৰৰ বাবে হোজাই জিলাৰ যমুনামুখতো আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালাৰ ।

যমুনামুখত প্ৰথম বাৰৰ বাবে বিহু কৰ্মশালাৰ আয়োজন

যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিহুৰ কৰ্মশালাৰ সোমবাৰে অন্তিম দিন । মৰিগাঁৱৰ পৰা অহা প্ৰশিক্ষক তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথৰ তত্বাৱধানত পাঁচ গৰাকী প্ৰশিক্ষকে যমুনামুখ জামিনী দেৱী মজলীয়া বিদ্যালয়ৰ প্রাঙ্গনত এইদৰে চলাইছে বিহুৰ আখৰা ।

লগতে পঢ়ক: তেজপুৰত বুঢ়ালুইতৰ বুকুত সন্ধানহীন মাছমৰীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.