ETV Bharat / state

লক​ডাউনৰ মাজতে অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত মাৰণাস্ত্ৰ উদ্ধাৰ

author img

By

Published : May 3, 2020, 12:09 AM IST

অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত মাৰণাস্ত্ৰ উদ্ধাৰ
অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত মাৰণাস্ত্ৰ উদ্ধাৰ

চুঙাজান ৩ নং শান্তিপুৰত মাটিত পুতি থোৱা অৱস্থাত এটা 9mm পিষ্টল আৰু ৩ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

চুঙাজান, 2 মে : লকডাউনৰ সময়ছোৱাত শনিবাৰে অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত উদ্ধাৰ হয় এটা মাৰণাস্ত্ৰ ৷ চুঙাজান ৩ নং শান্তিপুৰত মাটিত পুতি থোৱা অৱস্থাত এটা 9mm পিষ্টল আৰু ৩ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত মাৰণাস্ত্ৰ উদ্ধাৰ

জানিব পৰা মতে, নবজিত বৰা নামৰ এজন লোকৰ বাৰীত মাটি খান্দোতে উদ্ধাৰ হয় মাৰণাস্ত্ৰটো ৷ ঘটনাস্থলীত ইতিমধ্যে চুঙাজান আৰক্ষী আৰু SDPO উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো লোকক আটক কৰা নাই আৰক্ষীয়ে ৷

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.