ETV Bharat / state

সৰুপথাৰত আঁহত গছৰ তলত ব'হাগ বিহু

author img

By

Published : Apr 14, 2019, 11:31 AM IST

সৰুপথাৰত আঁহত গছৰ তলত ব'হাগ বিহু

সৰুপথাৰৰ চুঙাজান হেজাৰী গাঁৱত এনাজৰী হুচৰি দলে বিহুৰ আখৰা কৰে আঁহত গছৰ তলত

সৰুপথাৰ,১৪ এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ উচাহ । অসমীয়া ডেকা গাভৰুৰ মন প্ৰাণ আনন্দত মতলীয়া ৷ সমান্তৰালভাৱে গোলাঘাটত দেখিবলৈ পোৱা গৈছে বিহুৰ আনন্দ-উল্লাস । সৰুপথাৰৰ চুঙাজান হেজাৰী গাঁৱত এনাজৰী হুচৰি দলটোৱে গৰু বিহুৰ দিনাই আঁহত গছৰ তলত বিহু নাচি গৃহস্থৰ চোতাল আৰু মঞ্চ বিহুৰ বাবে সাজু হৈছে এনেদৰে ।

সৰুপথাৰত আঁহত গছৰ তলত ব'হাগ বিহু
Intro:-চাওঁতে চাওঁতে অসমীয়াৰ বাপোতি সাহোন হেঁপাহৰ ৰঙালী বিহু পালেহি | ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰঙালী বিহুৰ আনন্দত মতলিয়া অসমবাসী | অসমীয়া ডেকা গাভৰুৰ মন প্ৰান আনন্দত মতলীয়া | Body:সৰুপথাৰৰ চুঙাজান হেজাৰী গাৱত এনাজৰী হুচৰি দলটোৱে গৰু বিহুৰ দিনাই আহত গছৰ তলত বিহু নাচিবাগি গৃহস্থৰ চোতাল আৰু মঞ্চ বিহুৰ বাবে সাজু হৈছে | Conclusion:BYTE - বিহুৱা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.